mybong-incident-dimasa-women-react

#ক্ষান্ত নহও৷ ডিমাচা মাতৃ কেতিয়াও ক্ষান্ত নহও৷ পুত্ৰ হেৰুওৱাৰ বেদনা কিমান ডিমাচা মাতৃয়ে জানে৷ DC নহলে চলিব আমাৰ জিলা৷ আমি DC নহলেও চলিব পাৰিম৷ এই DCক কপিলী নৈ পাৰ কৰি দিব লাগিব৷ ডিমাচা জনগোষ্ঠীৰ মহিলাৰ এই মন্তব্য৷ জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক বদলি নকৰালৈ ক্ষান্ত নহও বুলি কয় ডিমাচা জনগোষ্ঠীৰ নাৰীয়ে৷