• ডবকাত অপৰাধীৰ কবলত মহিলা। 

• প্ৰৱঞ্চকে লুটি নিলে ১৮ হাজাৰ টকা।

• ATM সলনি কৰি লুটিলে ধন।

• নিশা ৰাজপথত হাহাকাৰ কৰি ফুৰিছে মহিলাগৰাকীয়ে। 

• ডবকা আৰক্ষী থানাত গোচৰ ভুক্তভোগী মহিলাগৰাকীৰ।

• মহিলাগৰাকীৰ নাম খুৰছিদা বেগম।