তেজপুৰঃ দুৰ্গাপূজাৰ প্ৰাকমুহুৰ্তত তেজপুৰত সংঘটিত হ’ল এক চাঞ্চল্যকৰ বেংক ডকাইটি৷ তেজপুৰৰ খেলমাটিৰ SBI কৃষি উন্নয়ন শাখাত নিশা ডকাইতৰ দল প্ৰৱেশ কৰি লুটি লৈ যায় বেংকটোৰ সমস্ত ধন৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷