♦Advantage Assamৰ দ্বাৰা অসমৰ লাভ হ’বনে?
♦অতিমাত্ৰা প্ৰদূষণকাৰী বৃহৎ বৃহৎ চিমেণ্ট উদ্যোগবোৰ স্থাপিত হ’লে অসমত প্ৰদূষণ বাঢ়ি নাযাবনে?
♦ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ভূমি আৱন্টন কৰিলে সেই অঞ্চলবোৰত থকা গাঁওবোৰ উচ্ছেদিত নহ’বনে?
♦কৃষিভূমি সমূহক উদ্যোগীকৰণৰ কাৰনে দিলে অসমৰ কৃষিভূমি কমি নাযাবনে?
♦প্ৰস্তাৱিত উদ্যোগসমূহে অসমৰ কিমান নিবনুৱাক কৰ্মসংস্থাপন দিব পাৰিব? তাৰ বিনিময়ত অসমে কিমান হাজাৰ লাখ বিঘা মাটি হেৰুৱাব?
♦ৰাজ্যখনত উদ্যোগীকৰণৰ বাবে দৰকাৰ হোৱা কোনো ধৰনৰ আন্তঃগাঁথনী তৈয়াৰ নকৰাকৈ কেৱল মাত্ৰ এটা ৬৫মহলীয়া টুইন টাৱাৰ বিল্ডিঙে অসমৰ
♦উদ্যোগীকৰণত বিপ্লৱ আনিব পাৰিবনে?
♦Advantage Assamৰ নামত মানুহক কেৱল সপোন বিক্ৰী কৰা হৈছে নেকি?