07
Sep
2018

newsnextone.com। তেজপুৰঃ কোন দিশে ধাৱমান আজিৰ নৱ-প্ৰজন্ম। অসম চৰকাৰে শিশু শিক্ষা ৰূপায়ন কৰি মানসিক উৎৰ্কস সাধনৰ বাবে বিভিন্ন চেষ্টা অব্যাহত ৰখাৰ সময়তে একাংশ যুৱকে বিষাক্ত ডেনড্ৰাইট সেৱন কৰি আসক্তিবোধ গঢ়ি তোলা দেখা গৈছে। তেজপুৰ চহৰত ৰাইজে এনেদৰে নিচাত মগ্ন হৈ থকা এজন যুৱকক বৃহস্পতিবাৰে আটক কৰি আৰক্ষীক চমজাই দিয়ে ।