19
Mar
2019

দুলীয়াজানঃ দুলীয়াজান সমীপৰ টিপলিং তিনিআলিত মঙলবাৰে পুৱা প্ৰায় ১০ বজাত সমূহ ব্যৱসায়ী সন্থা একত্ৰিত হৈ নাহৰকটিয়া আৰু ডিগবৈ যোৱা মূল পথটি বন্ধ কৰি দিয়ে।
জানিব পৰা মতে টিপলিং তিনিআলিৰপৰা দুলায়াজানৰ ৰে’ল ষ্টেচনলৈ মূল পথটিৰ মেৰামতিৰ সন্দৰ্ভত এই বন্ধ কাৰ্য্যসূচী হাতত লোৱা হয়।
আৰু প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী গো বেক ধ্বনিৰে ৰাজপথ কঁপাই তোলাৰ পৰিলক্ষিত হয়৷