02
Sep
2017

TECHULOID
লাহৰীঘাটঃ আজি পবিত্ৰ ঈদ৷ সমগ্ৰ বিশ্বজুৰি চলিছে পবিত্ৰ ঈদৰ ব্যপক আয়োজন৷ ভাত্ব আৰু আকতাৰ বান্ধোনেৰে অসমতো প্ৰান্তে প্ৰান্তে ইচলাম ধৰ্মালম্বী লোক সকলৰ মাজত পালন কৰা হৈছে ঈদ-উজ-জ্জোহা৷
আজি পবিত্ৰ ঈদৰ দিনাখন সদৌ অসমবাসীলৈ ঈদ উজ জ্জোহাৰ শুভেচ্ছা জনাইছে নিবনুৱা যুৱ উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সভাপতি ইচাহক চৌধৰীয়ে। শুভেচ্ছা বাৰ্তাত সভাপতিয় ইচাহক চৌধাৰীয়ে কয় যে, এই ঈদে অসমত উচ্চনীচ, ডাঙৰ সৰু, জাতি ধৰ্মৰ মাজত ভাতৃত্ববোধ জগাই তুলিব আৰু শান্তিৰ অসম গঢ়াত সহায় কৰিব।