15
Jul
2017

• কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ মৃত্যু।
• বিগত কিছুদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল বিধায়িকাগৰাকী।
• মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭০ বছৰ।
• বিয়লি প্ৰায় ৪.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিধায়িকাগৰাকীয়ে।
• চিকিৎসালয়লৈ নি থকা অৱস্থাত মৃত্যু উত্তৰা কলিতাৰ।
• নাৰিকলিবস্তিৰ বাসগৃহৰ পৰা ইণ্টাৰনেশ্যনেল হাস্পতাললৈ লৈ গৈছিল পৰিয়ালে।
• হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নিছিল তেওঁক।
• উত্তৰা কলিতাৰ মৃত্যুত শোক প্ৰকাশ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ।
• শোক প্ৰকাশ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতাৰ।
• ৰঙিয়া যুৱ কংগ্ৰেছৰ সভাপতি নুৰনিয়াজ আহমেদৰো শোক প্ৰকাশ।
⇒ inputs from NNO Rangia,
• for more details Click Down:
► কংগ্ৰেছ নেত্ৰী, প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ মৃত্যু