15
Aug
2017

তুলসীবাৰীঃ ৰঙিয়া মহকুমা প্ৰশাসনে সম্বৰ্ধনা জনালে সাংবাদিকক৷ সংবাদক্ষেত্ৰ খনত সুদীৰ্ঘ কাল ধৰি সেৱা আগবঢ়াই অহা তুলসীবাৰী নিবাসী মহেন্দ্ৰ কলিতাক আজি ৭১ তম স্বাধীনতা দিৱস উপলক্ষে সম্বৰ্দ্ধনা জনোৱা হয়৷
ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত মহেন্দ্ৰ কলিতাক এখন মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৰঙিয়া মহকুমা প্ৰশাসনে৷