গুৱাহাটীঃ জনতা ভৱনৰ F ব্লকত ভয়াবহ অগ্নিকাণ্ড৷

ব্লকটোৰ বিত্ত বিভাগৰ কাৰ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ডৰ ফলত হুৱা-দুৱা লাগে জনতা ভৱনত৷

বহু নথি-পত্ৰ জুইত যাহ যোৱাৰ আশংকা কৰা হৈছে৷