বিহালীঃ বিহালী স্নাতক মহাবিদ্যালয়ে গহপুৰৰ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে৷

গহপুৰৰ বানত বেয়াকৈ বেছি ক্ষতিগ্ৰস্থ হোৱা আমগুৰি চাপৰি, গিটুং চাপৰি আৰু কুটুম গাঁৱৰ প্ৰায় তিনি শতাধিক বানক্ৰান্ত  ৰাইজক এই সাহায্য প্ৰদান কৰে মহাবিদ্যালয় খনে৷

গিটুং চাপৰিৰ ২০ গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বহী-কলম প্ৰদান কৰে মহাবিদ্যালয় খনে৷