05
Oct
2017

তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ অগ্ৰণী ক্ৰীড়া সংগঠন বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা শান্তিৰাম কলিতা আৰু যুগমায়া কলিতা সোৱৰণী উনৈশ সংখ্যক ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে ঘৰুৱা দল বাছাই।
আজি অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত বাছাই ৰাণী এফ চিক ২-১ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অহা ৮ অক্টোবৰত দ্বিতীয় ছেমি ফাইনেল খেলখন অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে খেল সমিতিয়ে।