17
Sep
2017

তুলসীবাৰীঃ অহা সোমবাৰৰ পৰা ৰঙিয়াৰ সমীপৰ তৰণীত অনুষ্ঠিত হ’ব প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা৷
আৰিমত্ত ফুটবল ক্লাৱৰ উদ্যোগত তৰণীস্থিত আৰিমত্ত মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰিব ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই৷
উদ্যোক্তা বিশ্বজিত কলিতা আৰু অৰূপ কলিতাই সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে৷