বঢ়মপুৰঃ বঢ়মপুৰ কচক কাপ ফুটবল খেলৰ অজি চুৰান্ত খেলখন অনুষ্ঠিত হৈ যায়৷ আজিৰ চুড়ান্ত খেলখনৰ শুভ উদ্বোধন কৰে প্ৰাক্তন মূখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই৷

নৱম অসম আৰক্ষী বাহিনী আৰু চানপাৱাৰ পুৰনিগুদামৰ মাজত অনুষ্ঠিত হয় খেলখন। খেলখনত নৱম অসম আৰক্ষী বাহিনীয়ে চানপাৱাৰ পুৰণিগুদামক ৩-১ গলত হৰুৱাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷