
newsnextone.com| তেজপুৰঃ দৈনিক ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ বালিপুখুৰি তিনিআলি আৰু বিন্দুকুৰিলৈ যোৱাৰ পথত কালি সন্ধ্যা আকষ্মিক ভাবে তীব্ৰ যানযতৰ সৃষ্টি হয়। সেনাৰ গ্ৰেফৰ দ্বাৰা আয়োজন কৰা গনেশ পূজা প্ৰতিমা বিসৰ্জনৰ নামত তীব্ৰ যানযত। হাজাৰৰো অধিক লোকে প্ৰতিমা বিসৰ্জনৰ নাম তীব্ৰ শব্দৰে ডি জে লগাই পুৰুষ মহিলাই ৰাজ পথত উদাণ্ড নৃত্য প্ৰৰ্দশন কৰে। হাজাৰ হাজাৰ গাড়ি মটৰৰ যানযতৰ ফলত পথেদি অহা যোৱা কৰা সাধাৰণ লোকৰো কষ্ট হোৱা পৰিলক্ষিত হয়৷