ডিজিটেল ডেস্কঃ অভিজাত শ্বপিং মলত ৰূপহী যুৱতীৰ সতীত্ব হৰণ কৰিলে কামুক ফেচবুক ফ্ৰেইণ্ডে। এই ঘটনাৰ স্থান দিল্লী।

ৰাজধানীৰ দক্ষিণ প্ৰান্তৰ এখন মলৰ গাড়ী পাৰ্কিং কৰা স্থানত ছনু সিং নামৰ পাষণ্ডই অসহায় যুৱতীক নিৰ্যাতন কৰিলে।

ঘটনাৰ বিৱৰণী অনুসৰি লম্পট ছনুৱে চাকৰিৰ প্ৰলোভনেৰে নিৰ্যাতিতাক উক্ত স্থানলৈ মাতি পঠিয়াইছিল।

সুযোগ সন্ধানী ছনুৱে পৰিকল্পনা অনুসৰি হৰণ কৰিলে চাকৰি প্ৰাৰ্থী উক্ত যুৱতীৰ কৌমাৰ্য। বৰ্তমান অভিযুক্তক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে।