08
Jul
2017

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ তুলনাত আজি তিনি পইচা হ্ৰাস পাইছে ইন্ধনৰ দাম। আন্তঃজাতিক বজাৰত দামৰ উত্থান-পতনৰ সমান্তৰালকৈ দেশতো তাৰতম্য ঘটিছে পেট্ৰ'ল-ডিজেলৰ দামৰ।
তদানুসৰি অজি অসমত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হৈছে ৬৬.২১ পইচা। একেদৰে প্ৰতি লিটাৰ ডিজেলৰ দাম ৫৬.৮৯ পইচা। কিন্তু একেসময়তে বাঢ়িছে সোণৰ দাম।
কালিৰ পৰা বজাৰত অলংকাৰৰ দাম বৃদ্ধি আৰম্ভ হৈছে। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দাম বাঢ়িছে প্ৰায় ২২০ টকা।