গুৱাহাটীঃ HealthDNA ইয়াৰ বিভিন্ন সেৱাসমূহ ইয়াৰ দিছপুৰ চুপাৰ মাৰ্কেটস্থিত কাৰ্যালয়ত আাৰম্ভ কৰিছে ৷এতিয়াৰপৰা দেশৰ বিভিন্ন ঠাইত অৱস্থিত চিকিৎসালয় যেনে মণিপাল হস্পিতাল,দিল্লী,মেডান্টা হস্পিতাল ,দিল্লী,নানাৱতী হস্পিতালকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকৰ সেৱা ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে
লাভ কৰিব পাৰিব ৷

কেৱল দেশৰে নহয় বিশ্বৰ অন্যান্য প্ৰান্তৰ চিকিৎসকৰ সেৱাও ইয়াত উপলব্ধ হ’ব ৷গুৰুত্বপূৰ্ণ বিষয়টো হ’ল HealthDNA এতিয়াৰপৰা সকলোধৰণৰ ঔষধৰ ক্ষেত্ৰত সৰ্বাধিক ১০% পৰ্যন্ত ৰেহাই আগবঢ়োৱাৰ লগতে
হোম ডেলীভাৰী সেৱাও আগবঢ়াইছে ৷ন্যুনতম ১০০টকাৰ পৰা ঔষধৰ এই হোম ডেলীভাৰী সেৱা লাভ কৰিব পাৰিব৷