♦ কামৰূপ (ম)ৰ DTO চৈয়দ ৰফিকুল মান্নানক বদলি

♦ হাইলাকান্দিৰ DTO ৰূপে বদলি চৈয়দ ৰফিকুল মান্নানক

♦ লগতে চৈয়দ ৰফিকুল মান্নানক সচিব RTAৰো দায়িত্ব

♦ বদলি কৰা হৈছে বৰপেটাৰ DTO গৌতম দাসক

♦ কামৰূপ (গ্ৰাম্য)ৰ DTO ৰূপে গৌতম দাসক বদলি

♦ লগতে সচিব RTAৰো দায়িত্ব গৌতম দাসক

♦ ধুবুৰীৰ জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীক বদলি

♦ DTOৰ লগতে সচিব RTAৰো দায়িত্ব দিব্যজ্যোতি কাৰ্জীক

♦ তিনিচুকীয়াৰ DTO অৰুণ বৰাক কামৰূপ (ম)লৈ বদলি

♦ দৰঙৰ DTO দীপাঞ্জলি বৰাক কৰিমগঞ্জলৈ বদলি

♦ DTO আৰু সচিব RTAৰ দায়িত্ব দীপাঞ্জলি বৰাক

♦ কাৰ্বি আংলঙৰ DTO সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক বদলি

♦ DTO (পুল) হিচাপে বদলি সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক

♦ বাক্সাৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ মুনিন দাসক বদলি

♦ বৰপেটাৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ হিচাপে বদলি দাসক

♦ দাসক ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়াৰো দায়িত্ব

♦ সচিব RTAৰ দায়িত্বতো থাকিব মুনিন দাস

♦ এনফৰ্চমেণ্ট ইন্সপেক্টৰ সঞ্জীৱ কৃষ্ণকো বদলি

♦ দৰঙৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ হিচাপে বদলি কৃষ্ণক

♦ ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়াৰো দায়িত্ব

♦ সচিব RTAৰ দায়িত্বতো থাকিব সঞ্জীৱ কৃষ্ণ

♦ এনফৰ্চমেণ্ট ইন্সপেক্টৰ ধজেন বসুমতাৰীক বদলি

♦ কোকৰাঝাৰৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ ৰূপে বদলি বসুমতাৰীক

♦ বসুমতাৰীক ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়াৰো দায়িত্ব

♦ সচিব RTAৰ দায়িত্বতো থাকিব ধজেন বসুমতাৰী

♦ এনফৰ্চমেণ্ট ইন্সপেক্টৰ শোণিত বৰাক বাক্সালৈ বদলি

♦ বাক্সাৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ হিচাপে বদলি বৰাক

♦ বৰাক ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়াৰো দায়িত্ব

♦ লগতে সচিব RTAৰ দায়িত্বতো থাকিব শোণিত বৰা

♦ ধুবুৰীৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ অপূৰ্ব দাসক বদলি

♦ মাজুলীৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ ৰূপে বদলি দাসক

♦ লগতে ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়াৰো দায়িত্ব

♦ সচিব RTAৰ দায়িত্বতো থাকিব অপূৰ্ব দাস

♦ এনফৰ্চমেণ্ট ইন্সপেক্টৰ সীতাৰাম দলেকো বদলি

♦ লখিমপুৰৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ ৰূপে বদলি দলেক

♦ ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়াৰো দায়িত্ব

♦ সচিব RTAৰ দায়িত্বতো থাকিব সীতাৰাম দাস