13
Jun
2017

শিমলুগুৰিঃ আজি শিমলুগুৰি জংচনৰ চৌহদত ৰাইজে কৰায়ত্ব কৰে এজন মানৱ সৰবৰাহকাৰী। পাপলু পল নামৰ এই যুৱকজনক ৰাইজৰ গণপ্ৰহাৰ।
ৰঙিয়া আৰু বেলতলাৰ এটা মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত। বৰ্তমান শিমলুগুৰি আৰক্ষীৰ জিম্মাত যুৱকজন।