ধুবুৰীঃ স্বাধীন ভাৰতৰ গৰিমামণ্ডিত আজিৰ দিনটোত গৌৰীপুৰ চহৰতো উলহ-মালহৰে পালন কৰা হয় ৭১তম্ স্বাধীনতা দিৱস৷

 গৌৰীপুৰ চহৰৰ মহামায়া খেলপথাৰ, বীনামন্দিৰ ক্লাব আৰু আন আন বিভিন্ন প্ৰান্তত পতাকা উত্তোলেনেৰে স্বাধীনতা দিৱস পালন কৰা হয়৷

গৌৰীপুৰ শিক্ষাখণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যলয়ৰ অধীনস্থ ১৮৮৬নং দলসিংহেৰ আলগা প্ৰাথমিক বিদ্যালয়তো গাঁৱৰ শ্ৰমিক ৰাইজে মিলি পানীৰ মাজতে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে৷