
newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছে৷ যোৱা প্ৰায় ২ মাহ তীব্ৰ প্ৰচাৰৰ অন্তত শনিবাৰৰ পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছে৷ এতিয়ালৈকে শান্তিৰে অনুষ্ঠিত হৈ আছে ভোটদান৷ পুৱাই ঘৰৰ পৰা মানুহ ওলাই অহা পৰিলক্ষিত হৈছে আৰু ভোটদান কৰাৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হয়৷
Urging my sisters and brothers of Karnataka to vote in large numbers today. I would particularly like to call upon young voters to vote and enrich this festival of democracy with their participation.
— Narendra Modi (@narendramodi) May 12, 2018
Sri Sri Ravishankar casts his vote at a polling booth in Kanakapura. #KarnatakaElections2018 pic.twitter.com/0hhrSqaZ0J
— ANI (@ANI) May 12, 2018
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ জনগণক শুভেচ্ছা যাচে আৰু বেছি সংখ্যাক ভোট দিবলৈ ৰাইজক ঘৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়৷ ৰাজ্য খনত বৰ্তমান কংগ্ৰেছে শাসন কৰি আছে যদিও কংগ্ৰেছ ব্যাপক প্ৰত্যাহ্বানৰ মুখামুখি হৈছে৷ বিজেপি আৰু কংগ্ৰেছৰ মাজতে যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে৷ তাৰ লগে লগে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া তথা জনতা দল চেকুলাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে৷
A differently abled person arrives to vote at a polling booth in Badami #KarnatakaElections2018 pic.twitter.com/Kcz8KAKZ55
— ANI (@ANI) May 12, 2018
কৰ্ণাটকত ৪.৯৮ কোটি ভোটদাতা আছে৷ ইয়াৰে পুৰুষ হৈছে ২.৫২ কোটি, ২.৪৪ কোটি মহিলা আৰু ৪৫৫২ ট্ৰান্সজেণ্ডাৰ৷ কৰ্ণাটকত ৫৫৬০০ ভোট কেন্দ্ৰ আছে৷ স্পৰ্শকাতৰ ভোট কেন্দ্ৰও আছে৷ যাৰ ফলত ৩.৫ লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৮৫ চনৰ পিছত কৰ্ণাটকত দ্বিতীয় বাৰ একেৰাহে কোনো দলৰ চৰকাৰ শাসনলৈ অহা নাই৷ কংগ্ৰেছ পঞ্জাৱৰ পিছত দ্বিতীয় খন ডাঙৰ ৰাজ্য শাসন কৰি আছিল৷
Moorusavir Math's Gurusidda Rajayogindra Mahaswami casts his vote in Hubli. #KarnatakaElections2018 pic.twitter.com/OZLumTi98v
— ANI (@ANI) May 12, 2018
কংগ্ৰেছৰ হাতত কৰ্ণাটক পুনৰ আহিব নে নাই তাৰ নিশ্চিয়তা নাই৷ কিয়নো বিজেপিয়ে তেওঁলোক পুনৰ শানলৈ আহিব বুলি দাবী কৰি আহিছে৷ অমিত শ্বাহ, নৰেন্দ্ৰ মোডীয়ে বাৰে বাৰে কৰ্ণাটক ভ্ৰমণ কৰি এইবাৰ কৰ্ণাটকত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি আহিছে৷ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছে য়েদুয়াৰাপ্পা৷ যিয়ে দুৰ্নীতিৰ গোচৰত জেল খাটিব লগা হৈছে৷
JD(S)'s HD Deve Gowda, his wife Chennamma Deve Gowda, son HD Revanna & other family members cast their votes at polling booth no.244 in Holenarasipura town in Hassan district. pic.twitter.com/U40iXkAM1L
— ANI (@ANI) May 12, 2018
Karnataka Minister KJ George cast his vote in Bengaluru, he is contesting from Sarvagnanagar constituency. #KarnatakaElections2018 pic.twitter.com/lY6Wd5x2C4
— ANI (@ANI) May 12, 2018
JD(S)'s H. D. Deve Gowda casts his vote at polling booth no.244 in Holenarasipura town in Hassan district, says, 'We expect a possibility of forming the government, we have done well.' #KarnatakaElections2018 pic.twitter.com/depYaB4Y65
— ANI (@ANI) May 12, 2018
BJP MP Rajeev Chandrasekhar casts his vote at Karnataka Reddyjana Sangha in Bengaluru's Koramangala. #KarnatakaElections2018 pic.twitter.com/gDF4oJJjf5
— ANI (@ANI) May 12, 2018
কংগ্ৰেছ পুনৰ শাসনলৈ আহিব বুলি বিশ্বাস কৰি কৈ আহিছে তেওঁলোক পুনৰ শাসনলৈ আহিব বুলি৷ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই দাবী কৰি আহিছে বিপুল ভোটত কংগ্ৰেছে পুনৰ শাসনলৈ আহিব৷ ৰাজ্য খনত ২২৪টা বিধান সভা সমষ্টি আছে যদিও ২২২টা সমষ্টিতহে ভোটদান অনুষ্ঠিত হৈছে৷ এগৰাকী বিজেপি প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ লগতে আৰু ৰাজা নাগেশ্বৰী নগৰ সমষ্টিত নিৰ্বাচনৰ বিধি উলংঘা কৰাৰ অভিযোগত নিৰ্বাচন স্থগিত ৰাখে৷
১৫ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।