21
Jun
2019

গুৱাহাটীঃ কলিয়াভোমোৰা দলংত ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি ওলমি ৰ’ল এখন ট্ৰেলাৰ।
দুৰ্ঘটনা সংঘটিত হোৱা গাড়ী খনৰ নম্বৰ এনএল ০২ এন ৫২৬৫।
উল্লেখ্য যে, দুর্ঘটনাটোত ইতিমধ্যে মৃত্যু হৈছে ট্ৰেলাৰ খনৰ ছালক ডেছা সিঙৰ। মৃতছালক জনৰ ঘৰ পঞ্জাৱত। দুৰ্ঘটনাৰ সংঘটিত হোৱা সময়ত বাহনখন মিছন চাৰি আলি দিশৰপৰা কলিয়াবৰ অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে৷