16
Oct
2018

ডিজিটেল ডেস্ক |তেজপুৰঃ ৰাজ্যৰ চৌপাশে দূগোৎসৱৰ উৎসাহৰ পৱিত্ৰ ক্ষনতে জাতীয় ঐক্য মঞ্চ ৰঙাপৰা সমতিয়ে ৰঙাপৰা চহৰৰ মাজমজিয়াত স্বাধীনতা সংগ্ৰামী বীৰংগনা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি অানুস্থানিকভাৱে মুকলি কৰে।
উক্ত প্ৰতিমূৰ্তি আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাস আৰু কনকলতা বৰুৱাৰ কনিষ্ঠ ভাতৃ কালিচৰন বৰুৱাই।