খাৰুপেটীয়াঃ দৰঙৰ শিলবৰী বজাৰত নকল টকা যোগান ধৰিবলৈ আহি আৰক্ষী হাতত আটক হ’বলগীয়া হয় আছমত আলী নামৰ ব্যক্তি এজন যুৱক৷

যুৱক আছমত আলীৰ ঘৰ ওদালগুৰি জিলাৰ জংগলগাঁও গাঁৱত৷ যুৱকজনৰপৰা আৰক্ষীয়ে ছয় লাখ বিয়াল্লিছ হাজাৰ টকাৰ নকল দুই হেজাৰ টকীয়া নোট উদ্ধাৰ কৰাৰ লগতে AS 13 E 1688 নম্বৰৰ এল্টো গাড়ী এখন জব্দ কৰে৷

ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷