
লখিমপুৰঃ অসমীয়া জাতিৰ ভাষা, সাহিত্য,সংস্কৃতি তথা অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লখিমপুৰ নগৰৰ চি ডি ৰ’ডত ১১ বজাৰপৰা বিয়লী ২ বজালৈ অৱস্থান ধৰ্মঘট আৰু কবিতাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰৰ ছ’চিয়েল মিডিয়া, প্ৰিন্ট মিডিয়াৰ সদস্যৰ লগতে কবি আৰু লেখক সমাজে।
উক্ত অৱস্থান ধৰ্মঘট অনুস্থানত লখিমপুৰৰ বিষিষ্ট সাংবাদিক আৰু কবি সকলে কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ভিডিঅ’টো চাওকঃ