লখিমপুৰঃ লখিমপুৰ জিলা বাঁও গণতান্ত্ৰিক মঞ্চই শুকুৰবাৰে জিলা কাৰ্যালয়ৰপৰা পদযাত্ৰাৰে চৰকাৰ-বিৰোধী শ্ল’গান দি নগৰৰ মাজমজিয়াদি গৈ লখিমপুৰ জিলা উপযুক্ত কাৰ্যলয়ত গণ বিক্ষোভ পালন কৰি উপযুক্তৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।