24
Jan
2019

লখিমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্র ৰাজ্যৰ লগতে লখিমপুৰতো অনশন, লখিমপুৰ জিলাৰ এ জি পি দলৰ কৰ্মী বৃন্দৰ সহযোগত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল দত্তই বৃহস্পতিবাৰে পুৱা ৬ বজাৰপৰা জিলা ত্যাগক্ষেত্ৰত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে।