প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ পোহৰৰ উৎসৱ দিপান্বিতাৰ আনন্দ-উছাহৰ মাজতে ৰহাত সংঘটিত হ’ল এক শোকাৱহ ঘটনা৷ ৰহাৰ নতুন চাৰিআলিৰ সঞ্জীৱ খাটোৱাল নামৰ লোকজনৰ ঘৰত দীপাৱলীৰ লাইট লগাবলৈ ধৰোতেই বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু ঘটে৷

যুৱকজন ৰহাৰ জিন্টু মহন্ত বুলি জানিব পৰা গৈছে৷ এই ঘটনাই সমগ্ৰ ৰহাতে গভীৰ শোকৰ ছাঁ পেলাইছে৷