04
Sep
2017

হোজাইঃ হোজাইৰ ডবকা স্বাস্থ্য কেন্দ্ৰত চৰকাৰী দৰৱ কলা বজাৰত বিক্ৰী কৰাক লৈ আজি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ আজি কেইগৰাকীমান কলেজীয়া ছাত্ৰই এখন গাড়ীৰ পৰা জব্দ কৰি আৰক্ষীক খবৰ দিয়ে৷
আৰক্ষীয়ে উপস্থিত হৈ দৰৱ কঢ়িওৱা গাড়ীখন সহ চালকজনক আটক কৰে৷ ডবকা স্বাস্থ্য কেন্দ্ৰৰ অধ্যক্ষ ইছাহাক আলীয়ে কলা বজাৰত এই দৰৱসমূহ বিক্ৰী কৰা বুলি স্থানীয় ৰাইজে অভিয়োগ উত্থাপন কৰিছে৷