ডিজিটেল ডেস্কঃ তেজপুৰত দূৰ্গা পূজাৰ আনন্দ উছাহৰ মাজতে ঘৰৰ গৃহিনীয়েও এইবাৰ খোজ দিলে ৰেম্পত। বি এম ক্ৰিয়েচনৰ উদ্যোগত শোণিতপুৰৰ বিবাহিত মহিলা সকলৰ মাজত এক টেলেন্ট কনটেষ্টৰ আয়োজন কৰা হয়।এই টেলেন্ট কনটেষ্টৰ জৰিয়তে দেওবাৰে নিশা তেজপুৰৰ বান থিয়েটাৰত অনুষ্ঠিত হল মিছেছ তেজপুৰ প্ৰতিযোগিতা। পৰম্পৰাগত সাজপাৰ পিন্ধি বিবাহিত মহিলা সকলে ৰেম্পত পেলালে খোজ।

তেজপুৰৰ পৰা মনিমালা বৰা