গুৱাহাটীঃ সোমবাৰে মিচিং আৰু তিৱা জনগোষ্ঠীৰ সংগঠনে একেলগ হৈ গুৱাহাটী মহানগৰীৰ দিছপুৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে৷

জনজাতিকৰণ আৰু বিভিন্ন বিষয়ত দাবী উত্থাপন কৰি সংগঠনকেইটাই ধৰ্না অব্যাহত ৰাখে৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ বিভিন্ন বিষয়ত সমস্যা সমাধানৰ বাবে তেওঁলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনকেইটাই৷