19
Oct
2018
নগাঁৱৰ শালনাত যুৱতীক "এচিডেৰে" আক্ৰমণ

ডিজিটেল ডেক্স,নগাঁওঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰা বাবে নগাঁওৰ শালনাত এগৰাকী যুৱতীক সঞ্জয় সৰকাৰ নামৰ যুৱক এজনে এগৰাকী যুৱতীৰ শৰীৰত এচিদ ঢালি আক্ৰমণ কৰে। উক্ত এচিদ আক্ৰমণত যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃও আহত হৈছে। ঘটনাতো বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত সংঘতিত হৈছে। ঘটনাতো সংঘটিত হোৱাৰ লগে লগে আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ পিছতে লগে লগে পলায়ন কৰে অভিযুক্ত সঞ্জয় সৰকাৰে।
জয়ন্ত মুদৈ,নগাঁওঃ