15
Feb
2019

নগাঁওঃ নগাঁৱৰ বঢ়মপুৰৰ বামুনীত শুকুৰবাৰে অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ পুৱাই প্ৰাত:ভ্ৰমণলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
মৃত ব্যক্তিজন মাজাৰলৈ অহাত কোনো লোকে মাৰ-ধৰ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।
আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্তৰ কৰে৷