14
Dec
2018

নগাঁওঃ নগাঁৱৰ ২৩ জিলা পৰিষদ সমষ্টিৰ চূড়ান্ত ফলাফল
১ জৰামাৰী আলিটাঙণি - AIUDF
২ বেচামাৰী - INC
৩ টুকটুকি - AIUDF
৪ বটদ্ৰৱা - AIUDF
৫ হাতীচোং - BJP
৬ গড়াজান - INC
৭ ভকতগাঁও - INC
৮ চাপৰমুখ - BJP
৯ ৰূপহী - INC
১০ বাৰপূজীয়া - BJP
১১ জাগিয়াল - BJP
১২ জুৰীয়া - AGP
১৩ শিঙিয়া - INC
১৪ কাছমাৰী - BJP
১৫ পাখিমৰীয়া - INC
১৬ শিঙিমাৰী মাধৱপাৰা - INC
১৭ কচুৱা - INC
১৮ বাজিয়াগাঁও - INC
১৯ কঠিয়াতলী কামপুৰ - AGP
২০ বামুণী - AGP
২১ ভোটাই পাঠৰি - INC
২২ চামগুৰি - BJP
২৩ পুৰণিগুদাম - BJP