07
Mar
2019

পুৰণিগুদামৰ কেঞাপট্টীত দ্ৰুতবেগী প্লাই ভৰ্তি ট্ৰাকে মহতিয়ালে ৰৈ থকা বাইক আৰোহীক।
ৰাজপথতে বাগৰি পৰা ট্ৰাকৰ চেপাত থিতাতে নিহত বাইক আৰোহী জন।
নিহত বাইক আৰোহী জন আৰক্ষী বিভাগত কৰ্মৰত পুৰণিগুদামৰ তেলিয়া গাঁৱৰ টাইবুৰ ৰহমান বুলি জানিব পৰা গৈছে৷