22
Aug
2017

নগাঁওঃ নগাঁও বাইপাছৰ পাঠৰিত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়।
পথৰ কাষেৰে চাইকেল চলাই আহি থকা এগৰাকী লোকক AS01 HC 1606 নম্বৰৰ বলেৰ’ এখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰোহীজন।
নিহত চাইকেল আৰোহীজনক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ নম্বৰৰ বলেৰ'খনে জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷