
নলবাৰীঃ নলবাৰী হৰিমন্দিৰৰ সভাপতি, বিশিষ্ট সমাজকৰ্মী চন্দ্ৰ কলিতাই আজি ৮৫ সংখ্যক জন্ম দিন উদ্যাপন কৰে।
এই উপলক্ষে নলবাৰী হৰিমন্দিৰ প্ৰংগনত শুভাকাংখী আৰু পৰিয়ালবৰ্গৰ উপস্থিতত জন্মদিনৰ কেক কাটে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে। লগতে পৰিয়ালবৰ্গ আৰু নলবাৰী হৰিমন্দিৰৰ শুভাকাংশীসকলে জন্মদিনৰ শুভেচ্ছা জনায় সমাজৰ্মীজনক।