নাজিৰাঃ চৰাইদেউ অভয়াপুৰত কিশোৰ সন্ধানহীন। অভয়পুৰৰ চিবু নিয়ৰ নামৰ লোকজনৰ পুত্ৰ তথা মথুৰাপুৰ শংকৰদেৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰিতম নিয়ৰ সোমবাৰে ৮ মান বজাত স্কুললৈ যাওঁ বুলি অভয়পুৰ তিনিআলিৰ পৰা গাড়ীত উঠি অহাৰ পথৰ পৰা সন্ধান নাই ছাত্ৰ জনৰ। কোনো লোকে লৰাজনৰ সন্ধান পালে ৮০১১০৯৯৬৩৬ নম্বৰটোত খবৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।