• লংকাৰ ডালমিয়া চিমেন্ট উদ্যোগত অঘটন।

• দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি।

• উদ্যোগত কৰ্মৰত অৱস্থাত ডাম্পাৰে মহটিয়াই নিলে এজনক।

• নিহত লোকজন অমৃত দাস(২১)।

• বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা  সাংবাদিকক প্ৰৱেশত বাধা কৰ্তৃপক্ষৰ।

• ঘটনা স্থলীত লংকা  আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ।

• দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 0EC 5772।

⇒ inputs from NNO Lanka,

• for more details Click Down:

► ডালমিয়াৰ ডাম্পাৰে প্ৰাণ ল'লে শ্ৰমিকৰ