22
Aug
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
লংকাঃ হোজাই জিলাৰ লংকাৰ খাগৰিজানত এটি ৫ বছৰীয়া শিশুৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে অঞ্চলটোত৷
খাগৰিজানৰ নিজাম উদ্দিনে নামৰ লোকজনে নিজৰ বাৰিত থকা পুখুৰীত মাছ মাৰিবলৈ যাওতে ৫ বছৰীয়া পুত্ৰ নুৰ উদ্দিনও পাছে পাছে য়ায৷
পিতয়ে মাছ মাৰি থাকোতেই ভৰা পুখুৰীত পৰি সলিল সমাধি ঘটে ৫ বছৰীয়া শিশুটোৰ৷ বহু সময় ধৰি শিশুটোক বিছাৰ-খোচাৰ কৰি বহু পলমকৈ পুখুৰীৰ পৰা উদ্ধাৰ হয় শিশুটোৰ মৃতদেহ৷