06
Aug
2017

নগাঁওঃ আৰক্ষীৰ জালত পৰিল এটিএম চোৰ। নগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে তিনি যুৱকক।
নগাঁও হয়বৰগাঁও আৰক্ষীয়ে আটক কৰিলে পাপু ছিদ্দিক, নৱজ্যোতি কলিতা আৰু হিমাংশু দে’ নামৰ তিনি যুৱকক।
এটিএমৰ ভিতৰত প্ৰৱেশ কৰি এটিএম ভঙাৰ চেষ্টা কৰিছিল যুৱক তিনিজনে। চিচিটিভি ফুটেজৰ সহায়ত আটক কৰে তিনি যুৱকক।