তেজপুৰঃ অসম সাহিত্য সভাৰ শতবৰ্ষীয় কাৰ্য ক্ৰমণিকাৰ অংশ হিচাপে বৰাক উপত্যকাৰ শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত কাৰ্য্যসূচী উদযাপনৰ ব্যৱস্থা কৰিছে অসম সাহিত্য সভাই। ৭ চেপ্তেম্বৰৰ পৰা ১০ চেপ্তেম্বৰলৈ চলিবলগীয়া ভ্ৰমণ কাৰ্য্যসূচীত নেতৃত্ব দিব শতবৰ্ষীয় অভ্যৰ্থনা সমিতিৰ অহ্বায়ক যাদৱ শৰ্মাই।

ড০ সঞ্জিৱ কুমাৰ শৰ্মা, নীৰেন দত্ত, মানিক আহমেদ, নৃপেন কুমাৰ দাস, দ্বিপেন নাৰায়ন কোৱৰ, দেৱেন কাকতি, মজ্ঞু হাজৰিকা আদিৰ লগতে কেইবাগৰাকী শিল্পী, সাহিত্যিকৰ উপৰিও তেজপুৰৰ মৃদুল কুমাৰ চহৰীয়া আৰু অপুৰ্ব বৰাকো অংশ কৰাৰ ব্যৱস্থা কৰিছে।