ওদালগুৰিঃ বিটিএডিৰ ওদালগুৰি জিলাৰ গোপাল নগৰত বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হ’ব বিশেষ অনুষ্ঠিন৷ পৃথিৱীৰ সমস্ত জীৱৰ কল্যান তথা বিশ্ব শান্তিৰ বাবে ওদালগুৰিৰ গোপাল নগৰত অনুষ্ঠিক হ’ব অখণ্ড পালনাম।

গোপাল নগৰৰ শ্ৰী শ্ৰী গোপাল থানত ২৪ ঘণ্টীয়া অখণ্ড পালনামৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী গোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু গোপাল নগৰৰ লগতে ওদালগুৰিবাসী ৰাইজৰ সহযোগত প্ৰতিবছৰে আয়োজন কৰা হয় এই পালনামৰ। ২১ জানুৱাৰীত সমস্ত বিশ্বশান্তিৰ বাবে আয়োজন কৰা হৈছে ২৪ ঘণ্টীয়া অখণ্ড পালনামৰ।