28
Aug
2017

গুৱাহাটীঃ কাৰ্বি অাংলং অাৰু ডিমা হাচাও স্বায়ত্ব শাসিত ৰাজ্য ঘোষনাৰ দাবীত আজি কপি উঠে দীঘলীপুখুৰীৰ পাৰ৷।
বিভিন্ন দল সংগঠনে পূৰ্বৰে পৰা কৰি অহা স্বায়িত্ব শাসিত ৰাজ্য ঘোষণাৰ দাবী ফলপ্ৰসূ নোহোৱাত আজি পুনৰ ডিমাচা ৱমেনচ ছচাইটি, ষ্টুডেন্ট এণ্ড য়ুথ ফৰ জাষ্টিচ, ৱমান কাউনচিল আদি কেইবাটাও দল সংগঠনে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে৷
কাৰ্বি অাংলং অাৰু ডিমাহাচাওত দীৰ্ঘদিন ধৰি চলি অহা দুৰ্নীতিৰ শীঘ্ৰে তদন্ত কৰাৰো দাবী জনায় দল-সংগঠনসমূহে৷