
newsnextone.com।চামগুৰিঃ
⚫চামগুৰিৰ লাওখোৱাত বিজেপিৰ নেতাৰ বাহনলৈ শিলাবৰ্ষণ।
⚫ভুৰবন্ধাত বানাক্ৰান্ত ৰাইজৰ খবৰ লবলৈ গৈছিল কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া সহ বিজেপিৰ নেতা-কৰ্মী।
⚫ভুৰবন্ধাৰ পৰা ওভতাৰ পথত সংঘটিত হোৱা শিলাবৰ্ষণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত এজন।
⚫গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত জাকিৰ হুছেইনক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
⚫স্থানীয় একাংশ কংগ্ৰেছী নেতা-কৰ্মীয়ে শিলাবৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ।
⚫আবু জাহাৰ সহ আন দুজনৰ বিৰুদ্ধে আমবাগান আৰক্ষী চকীত গোচৰ ৰুজু।