04
Feb
2019

ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দাবীত ৰঙিয়াত আছুৰ দহ ঘন্টীয় অনশন।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা অনুষ্ঠিত হয় এই অনশন কাৰ্য্যসূচী৷
৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান ক্ৰমে ৰূপায়িত হোৱা হয় এই অনশন কাৰ্যসূচী৷
ৰাতিপুৱা ৬ বজাৰপৰা আবেলি ৪ বজালৈ ৰূপায়িত হ’ব অনশন কাৰ্যসূচী৷