15
Jul
2017

• আৰক্ষীৰ তালাচীৰ সময়তে ৰঙিয়াত পথ দুৰ্ঘটনা।
• ৰঙিয়াৰ চেপ্তীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুৰ্ঘটনা।
• ৰৈ থকা বলেৰ'ত খুন্দা এল্ট'ৰ ।
• গুৰুতৰভাৱে আহত তিনিজন।
• সংকটজনক অৱস্থাত দুজনক GMCH লৈ প্ৰেৰণ।
• আহত নলবাৰীৰ মিলনপুৰৰ বিৰাজা ডেকা (৫৪),
• আহত নলবাৰীৰ প্ৰণতি ডেকা (২৭)
• আহত ৰঙিয়াৰ তফাজুল ইছলাম (৩৯)।
• আৰক্ষীয়ে তালাচী চলাই থকাৰ মাজতে দুৰ্ঘটনাটো সংঘটিত হয় ।