ৰঙিয়াঃ ৰঙিয়াৰ দদেতিয়াত অঘটন। সাঁকোৰে গৈ থাকোতে নোনা নৈত পৰিল ১১ বছৰীয়া শিশু। সন্ধানহীন শিশুটি হৈছে ৰুহুল আলী। সাঁকো পাৰ হৈ গৰু আনিবলৈ গৈছিল ৰুহুলে। বৰ্তমানলৈ কোনো সন্ধান নাই ৰুহুলৰ। ৰাইজে চলাই আছে উদ্ধাৰ অভিযান। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।