তুলসীবাৰীঃ কামৰূপৰ মধ্য ৰঙিয়াত অনুষ্ঠিত হ’ব নৃত্য প্ৰতিোগিতা৷ স্থানীয় দুৰ্গা পূজা সমিতিৰ উদ্যোগত ষ্টেডিয়াম কলনিত ২৩ অক্টোবৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব নৃত্য প্ৰতিযোগিতা৷

প্ৰথম পুৰস্কাৰ ৫,০০১ টকা, দ্বিতীয় ৩,০০১ টকা আৰু তৃতীয় ১,০০১ টকা প্ৰদান কৰা হ’ব বুলি দুৰ্গা পূজা সমিতিয়ে জানিবলৈ দিয়ে। ইচ্ছুক প্ৰতিযোগীসকলক বূজা সমিতিৰ সম্পাদক অভিজিৎ কলিতাৰ ৭০০২৫০৯৮৮৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়৷